Window To Infinity
Dr. Pranabjyoti Das, Tangla
(Move to ...)
Home
About Me
▼
Monday, 30 November 2020
মহাকাশত মুখামুখি সংঘৰ্ষ
›
মহাকাশত ট্রেফিক জাম। এক নতুন দুশ্চিন্তাৰ জন্ম। দুর্বিষহ ট্রেফিক জামৰ কৰাল গ্ৰাসত মহাকাশ। এতিয়া যেন মহাকাশতো প্ৰয়োজন হৈ পৰিছে ৰঙা নীলা ট্ৰেফি...
Wednesday, 25 November 2020
বিৰল মহাজাগতিক দৃশ্য
›
অহা ২১ ডিচেম্বৰৰ সন্ধিয়া সূর্যাস্তৰ পিছতেই আকাশত দেখা যাব এক বিৰল মহাজাগতিক দৃশ্য। শনি আৰু বৃহস্পতি দুয়োটা গ্রহকেই সন্ধিয়াৰ দক্ষিণ-পশ্চিম আ...
Sunday, 1 November 2020
আইনষ্টাইনৰ চুৰি হোৱা মগজুটো
›
থমাস হার্ভে। পেশাত তেওঁ এজন চিকিৎসাবিদ। ১৯৫৫ চনৰ এক মৃত্যুই তেওঁৰ জীৱন ধাৰাকেই সলনি কৰি পেলালে। সেই মৃত্যু পিছে কোনো সাধাৰণ লোকৰ নাছিল। সেই ...
Friday, 23 October 2020
তৃষ্ণাতুৰ কালিদাস আৰু আই সৰস্বতী
›
পঞ্চম শতিকাৰ কথা। মহাকবি কালিদাসে আমন্ত্ৰণ ৰক্ষা কৰি শাস্ত্ৰৰ গূঢ়াৰ্থ বিশ্লেষণ কৰাৰ উদ্দেশ্যে দাঁতি কাষৰীয়া দেশ এখনলৈ বুলি ৰাওনা হ'ল। পথ...
Saturday, 3 October 2020
বোকোচাত হৃদপিণ্ড কঢ়িওৱা মহিলাগৰাকী
›
হৃদযন্ত্ৰবোৰ হৃদপেশীৰ দ্বাৰা গঠিত পাম্প সদৃশ একোটা অত্যন্ত গুৰুত্বপূৰ্ণ অংগ, যিয়ে অবিৰতভাৱে প্ৰাণীৰ দেহত জীৱন থকালৈকে স্পন্দিত হৈ গোটেই দেহত...
Friday, 25 September 2020
পুৰুষত্বৰ জৈৱিক বিপৰ্যয়
›
পুৰুষৰ পৌৰুষত্বৰ প্ৰতীক Y ক্রম'জম। নাৰীৰ দেহত থকা কোষৰ দুয়োডাল যৌন ক্রম'জমেই X (অর্থাৎ XX) আনহাতে পুৰুষৰ ক্ষেত্ৰত এই সংগঠন XY। যেনেদ...
Thursday, 24 September 2020
অসাধাৰণ প্ৰতিভাৰ শিশু
›
সেয়া 1785 চনৰ কথা । জাৰ্মানীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক শিক্ষকে 1 ৰ পৰা 100 লৈ সংখ্যাকেইটাৰ যোগফল উলিয়াবলৈ দিলে । ...
Friday, 18 September 2020
গগনযান আৰু চন্দ্ৰযান-৩ ৰ প্ৰস্তুতি
›
২০২১ চনৰ প্ৰথম ভাগতেই ভাৰতৰ তৃতীয়টো চন্দ্ৰ অভিযানৰ প্ৰস্তুতি চলি আছে। উল্ল্যেখযোগ্য যে আগৰ দুটা চন্দ্ৰ অভিযানৰ দৰে এইবাৰৰ চন্দ্রযান-৩ য়ে কঢ়...
পৰীক্ষাগাৰত কৃত্ৰিম জীৱন
›
মার্কিন বিজ্ঞানীসকলে প্রথমবাৰলৈ গৱেষণাগাৰত কৃত্রিম জীৱন সৃষ্টি কৰিছে। মেৰীলেণ্ড আৰু কেলিফোৰ্নিয়া ইনষ্টিটিউটৰ বিজ্ঞানী ড° ক্রেইগ ভেণ্টাৰ আৰ...
Sunday, 13 September 2020
বৰষুণৰ গোন্ধ
›
"মনত আছেনে, দুয়ো গৰখীয়া শ্বৰাতিৰ সুৰে সুৰে কিন কিন বৰষুণে বৰষুণে ভিজা শ্বিলং পিকত সেই দেওবাৰে পুৱা……" বৰষুণে ধুৱাই নিয়া সদ্যস্নাতা...
‹
›
Home
View web version