ওদালগুৰি জিলা সাহিত্য সভাই ইকৰাবাৰী সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনত ওদালগুৰি জিলাৰ ভিতৰত কৃতিত্বৰে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৯৬.৩৩ শতাংশ (সৰ্বোচ্চ) নম্বৰসহ উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা কৃতী শিক্ষাৰ্থী অৰুণোদয় একাডেমিৰ ছাত্ৰ শ্ৰীমান শিৱমজ্যোতি দাসক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে আজি ১৮ জানুৱাৰীৰ দিনা শৈক্ষিক বঁটা প্ৰদান কৰিছে।
দাতা : তজৰ আলী আহমেদ।
বঁটা: স্মাৰক, সম্বৰ্ধনা পত্ৰ, গামোছা, জাপি আৰু নগদ ধনৰ টোপোলা।

No comments:
Post a Comment